আকাশ খন আজি পৰিস্কাৰ নাছিল,
নাছিল মোৰ ভাল লগা আকাশী ৰঙটো
ফাগুনী আকাশত তেতিয়া ধুসৰিত ধুলি
ধুলিৰ মাজেদি দেখো তোমাৰেই ছবি |
সজল নয়নী দুচকুৰে
সলাজ তোমাৰ হাঁহি
তিৰ তিৰ দুচকুত ভাঁহে
মোৰ ভৱিষ্যতৰ সপোন
মৌন তোমাৰ ওঁঠনাছিল মোৰ ভাল লগা আকাশী ৰঙটো
ফাগুনী আকাশত তেতিয়া ধুসৰিত ধুলি
ধুলিৰ মাজেদি দেখো তোমাৰেই ছবি |
সজল নয়নী দুচকুৰে
সলাজ তোমাৰ হাঁহি
তিৰ তিৰ দুচকুত ভাঁহে
মোৰ ভৱিষ্যতৰ সপোন
মৌন মোৰো ওঁঠ
ভিজা ভিজা তোমাৰ চকুত
মই দেখিছো আমাৰ সপোন
No comments:
Post a Comment