দ্বাৰম

"দ্বাৰম" হৈছে বৃহত্তৰ দৰং জিলা সামৰি ফেচবুকৰ জৰিয়তে একগোট হোৱা কেইগৰাকী মান যুৱক-যুৱতীৰ সংগঠন "মংগলদৈয়ান" ( in Facebook Mangaldaian Rocks)- ৰ দ্বাৰা প্রকাশিত আলোচনী । আলোচনীখন তিনিমাহৰ বিৰতিৰ মূৰে মূৰে প্রকাশ কৰা হ'ব । "দ্বাৰম' যোগেদি নবীন সকলক নিজৰ নিজৰ প্রতিভা বিকাশৰ বাবে এখন মঞ্চ তৈয়াৰ কৰিব বিচৰা হৈছে । আলোচনী এটা অনলাইন সংস্কৰণ প্রকাশৰ বাবে প্রস্তুতি চলোৱা হৈছে । আশাকৰো এই আলোচনী খনে অদূৰ ভৱিষ্যতে নবীন লেখক লেখিকা সকলৰ অনুভৱৰ দুৱাৰ (দ্বাৰ বা দ্বাৰম ) হিচাপে পৰিচিত হ'ব । ইতিমধ্যে যোৱা ইংৰাজী ১৬ জানুৱাৰী ২০১১ তাৰিখে 'দ্বাৰম'-ৰ শুভ উন্মোচন কৰা হৈছে । আলোচনী খনৰ সম্পাদক- কমল কিশোৰ হাজৰিকা |



‘দ্বাৰম’-লৈ লেখা পঠাবলৈ তলৰ ঠিকনাটো ব্যৱহাৰ কৰকঃ

"দ্বাৰম"

মাৰফত- বিতোপন শৰ্মা বৰুৱা
উপহুপাৰা, ৩ নং কলনী
মংগলদৈ, দৰং
অসম- ৭৮৪১২৫বা ইমেইল কৰিব পাৰে-
mr.dwaram@gmail.com

দ্বাৰম-ৰ ফেচবুকৰ পেজ চাবলৈ ক্লীক কৰকঃ

https://www.facebook.com/pages/Dwaram-%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BE%E0%A7%B0%E0%A6%AE%E0%A7%8D-An-Iinitiative-of-Mangaldaian/125193367592882



প্ৰথম সংখ্যা ‘দ্বাৰম’




দ্বিতীয় সংখ্যা দ্বাৰমঃ


‘দ্বাৰম’-ৰ তৃতীয় সংখ্যা


চতুৰ্থ সংখ্য ‘দ্বাৰম’


No comments:

Post a Comment