‘শব্দ’ সৰ্ম্পকে

শব্দৰ বিষয়ে কিছু কথাঃ

‘শব্দ’ হৈছে এটা সৰ্ম্পূণ ব্যক্তিগত কবিতাৰ ‘ব্লগ’ যিটো সৃষ্টি কৰিছে কমল কিশোৰ হাজৰিকাই | এই পৃষ্ঠাটোৰ জৰিয়তে কবিতা আৰু প্রকৃতিৰ মাজত পোৱা অনাবিল আনন্দক সজীৱ কৰি ৰখাৰ এক প্রয়াস কৰিব বিছৰা হৈছে  । ইয়াত অৰ্ন্তভুক্ত সকলো বিলাক অনুভৱ অথবা কবিতা ব্লগাৰৰ নিজস্ব সৃষ্টি | ইয়াৰ উপৰিও এই ব্লগটোৰ "মোৰ প্ৰিয় কবিতা" আৰু ‘মোৰ প্ৰিয় গ্ৰন্থ’ অন্য দুটা উপ- পৃষ্ঠা অৰ্ন্তভূক্ত কৰা হৈছে য’ত কিছুমান প্ৰিয় কবিতা আৰু কিতাপ-ৰ বিষয়ে উল্লেখ কৰা হৈছে |ফটো এলবাম-ত অৰ্ন্তভূক্ত কৰা সকলো বিলাক ফটো ব্লগাৰে নিজে তোলা আৰু ইয়াত ব্লগাৰৰ বাহিৰে কোনো ফটোগ্ৰাফাৰৰ ফটো অৰ্ন্তভূক্ত কৰা হোৱা 

মোৰ বিষয়ে আৰু জানিবলৈ চাওঁকঃ

https://www.facebook.com/Kamalhazarika31

No comments:

Post a Comment